হাফলঙত চাঞ্চল্যকৰ ঘটনা। পত্নীয়ে ঘৰ এৰি যোৱাৰ বাবেই ঘৰত অগ্নিসংযোগ স্বামীৰ। সুৰাসক্ত অৱস্থাত বিবেক কেম্প্ৰাই নামৰ লোকজনে অগ্নিসংযোগ কৰাৰ অভিযোগ। সম্পূৰ্ণৰূপে জুইত ভস্মীভূত বাসগৃহটো।