জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড, পুখুৰীত বিহ ধালি নিধন কৰিলে হাজাৰ-হাজাৰ মাছ

পুখুৰীত বিহ ধালি নিধন কৰিলে হাজাৰ হাজাৰ মাছ। চাপৰৰ হাতীপোতাত জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড। পুখুৰীত বিহ ঢলাৰ ফলত মৃত্যু লক্ষাধিক টকাৰ মাছ। অঞ্চলটোৰ আব্বাজ আলী নামৰ লোকজনৰ পুখুৰীত এই ভয়ংকৰ ঘটনা। বহু সংখ্যক মাছ নিধন হোৱাত মূৰত সৰগ ভাগি পৰে মাছমৰীয়াজনৰ। বৰ্তমান বুজন পৰিমাণৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে মৎসপালকজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান; তামাৰহাট-পৰ্বতঝোৰাত আটক ৫ ড্ৰাগছ সৰবৰাহকাৰী

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাত আৰু ধুবুৰীৰ তামাৰহাটত নিশা পৃথকে...

অসমৰ কেইবাখনো জিলাত ধাৰাবাহিক পথ দু/ৰ্ঘ/ট/না; কেইবাজনৰো মৃ/ত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাই সৃষ্টি কৰিছে...