ৰাইজৰ ৰোষৰ পৰা বাচিবলৈ গৈ মৃত্যু এটা গভাইত চোৰৰ

ৰাইজৰ ৰোষৰ পৰা বাচিবলৈ গৈ মৃত্যু এটা গভাইত চোৰৰ। চুৰি কৰিবলৈ গৈ ধৰা পৰিছিল গভাইত চোৰটো। বিল্ডিঙৰ পৰা জঁপিয়াই পলাবলৈ চেষ্টা কৰোঁতেই পৰি মৃত্যু হয় গভাইত চোৰটোৰ। বেলতলা চাৰ্ভেৰ সমন্বয় পথত সংঘটিত হৈছে এই ঘটনা। ACৰ পাইপ কাটি থাকোঁতেই ঘৰৰ গৰাকীয়ে দেখিছিল চোৰটোক। চোৰটোক দেখি চিঞৰিছিল ঘৰৰ গৰাকীয়ে। তেতিয়াই বিল্ডিঙৰ পৰা জঁপিয়াই পলাবলৈ চেষ্টা কৰিছিল চোৰটোৱে। বৰ্তমানেও পৰিচয় উদ্ধাৰ হোৱা নাই মৃত চোৰটোৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...