প্ৰেমৰ বাবেই নাবালক ভাগিনক অপহৰণ কৰিলে মামীয়েকে

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী। এইবাৰ প্ৰেমৰ বাবেই নাবালক ভাগিনক অপহৰণ কৰিলে মামীয়েকে। কামাখ্যা গে’টৰ পৰা ১৭ বছৰীয়া ভাগিনক অপহৰণ কৰিলে বৈশ্য উপাধিৰ এগৰাকী মহিলাই। ঘটনাৰ পিছতেই ১৩৭/২৫ নম্বৰত দিছপুৰ আৰক্ষীয়ে থানাত ৰুজু হৈছিল এটা গোচৰ। সেই গোচৰৰ ভিত্তিতেই কেৰালাৰ পৰা গ্ৰেপ্তাৰ অপহৰণকাৰী মামীয়েকক। আৰক্ষীয়ে উদ্ধাৰ কৰে ১৭ বছৰীয়া কিশোৰজনকো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...