বানত ছিগা পথৰ পৰা পৰি দুজনৰ মৃত্যু, এজন সন্ধানহীন

বানৰ পিছত ধুবুৰীৰ গৌৰীপুৰত ভয়াৱহ ঘটনা। বানত ছিগা পথৰ পৰা পৰি দুজনৰ মৃত্যু, এজন সন্ধানহীন। ৩ বন্ধু একেলগে গৈ আছিল পথেৰে। পথৰ ছিগি যোৱা অংশ পাৰ হ’ব খোজোতে এজন পৰেগৈ খাৱৈত। খাৱৈত পৰা লোকজনক বচাবলৈ গৈ আন দুজনো পৰে খাৱৈত। ৰাইজে দুজনৰ মৃতদেহ উদ্ধাৰ কৰে যদিও এজন এতিয়াও সন্ধানহীন। আনজনৰ সন্ধানত চলি আছে উদ্ধাৰ অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান...

মধ্যপ্ৰদেশত পথ অৱৰোধ! ভাইৰেল মনালিছাক চাবলৈ মানুহৰ ভিৰ

মহাকুম্ভমেলাৰ ভাইৰেল গাৰ্ল মনালিছা। মনালিছাক লৈ সীমাহীন কৌতূহল অনুৰাগীক।...

‘কিং’ শ্বুটিঙৰ মাজতে অঘটন

গুৰুতৰ ভাবে আহত কিংখানচিকিৎসাৰ বাবে আমেৰিকালৈ শ্বাহৰুখ একশ্যন ছবিৰ শ্বুটিঙৰ...