ৱাৰ্ড গাৰ্লে ল’লে নেকি জীৱনৰ শেষ সিদ্ধান্ত? গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চাঞ্চল্যকৰ ঘটনা। কাৰ বিৰুদ্ধে কি অভিযোগ মৃত যুৱতীৰ পৰিয়ালৰ?

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে ৰিহাবাৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখনৰ বাথৰূমত উদ্ধাৰ এগৰাকী ৱাৰ্ড গাৰ্লৰ মৃতদেহ। মৃত যুৱতীগৰাকী বাইহাটাৰ ছ’নিয়া ৰাজবংশী। যুৱতীগৰাকীয়ে চৰম পন্থা বাচি লোৱাৰ সন্দেহ।

কিন্তু কিয় জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰিলে যুৱতীগৰাকীয়ে? কৰ্কট প্ৰতিষ্ঠানতে ৱাৰ্ড গাৰ্ল হিচাপে নিয়োজিত আছিল যুৱতীগৰাকী। কিন্তু শেহতীয়াকৈ যুৱতীগৰাকীক চাকৰিৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ আত্মীয়ই। চাকৰিৰ পৰা উলিয়াই দিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰাৰো সন্দেহ কৰা হৈছে। পৰিয়ালৰ লোকে সহজভাৱে ল’ব পৰা ছ’নিয়াৰ মৃত্যুক। অভিযোগৰ আঙুলি ৰাজদ্বীপ এন্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে।

অধিক তথ্যৰ বাবে ক্লিক কৰক তলত দিয়াত লিংকত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...