মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা। এইবাৰ সাতগাঁৱৰ কোচপাৰাত দুই মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু এজনৰ। মৃত লোকজনৰ নাম কুমুদ দাস। পুৱা ৫ বজাত অট্টালিকাৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছিল কুমুদ দাস। আহত লোকজনক ততাতৈয়াকৈ পৰিয়ালৰ লোকে লৈ যায় হাস্পতাললৈ। হাস্পতাল কৰ্তৃপক্ষই মৃত ঘোষণা কৰে কুমুদ দাসক। মানসিক ৰোগত আক্ৰান্ত কুমুদ দাস দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা বুলি দাবী পিতৃ বলোৰাম দাসৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...