চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গোলাঘাটৰ জানপাৰ

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গোলাঘাটৰ জানপাৰ। অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ এগৰাকী বৃদ্ধাৰ মৃতদেহ। বিচনাতেই অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ বৃদ্ধাগৰাকীৰ মৃতদেহ। উল্লেখ্য যে ঘৰটোত অকলে বাস কৰিছিল মহিলাগৰাকীয়ে। বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত চাৰি সন্তান নাছিল মাতৃৰ সৈতে। বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ। আনফালে ঘটনাৰ পিছতে খোলা অৱস্থাত পোৱা গৈছে ঘৰৰ গেটৰ তলা, যাৰ ফলত ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...