হোম ষ্টে’ৰ নামত গুৱাহাটীত চলিছে অনৈতিক কাৰ্যকলাপ

হোম ষ্টে’ৰ নামত গুৱাহাটীত চলিছে অনৈতিক কাৰ্যকলাপ। গুৱাহাটীৰ গেম ভিলেজত নিশা বশিষ্ঠ আৰক্ষীৰ অভিযান। অভিযানত অসংযত অৱস্থাত উদ্ধাৰ ১১ যুৱক-যুৱতীক। A-15 ব্লকৰ ৪নং ফ্লেটত চলি আছিল অনৈতিক কাৰ্য-কলাপ। প্ৰতিবেশীয়ে দিয়া অভিযোগৰ ভিত্তিত অভিযান আৰক্ষীৰ। দীৰ্ঘদিন ধৰি হোম ষ্টে’টোত অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ। অতিষ্ঠ হৈ প্ৰতিবেশীয়ে অৱশেষত অভিযোগ দিছিল আৰক্ষীক। প্ৰতিবেশীৰ অভিযোগৰ ভিত্তিতেই গেম ভিলেজৰ হোম ষ্টে’টোত নিশা চলে আৰক্ষীৰ অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...