গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত চিলনী চোৰৰ ত্ৰাস

গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত চিলনী চোৰৰ ত্ৰাস। মহিলাৰ বেগৰ পৰা থপিয়াই নিলে ১০ লাখ টকা। এখন বাইকত আহিছিল ২ দুৰ্বৃত্ত। মহিলাই গোটৰ পৰা ঋণ লোৱা ১০ লাখ টকা লৈ গ’ল চিলনী চোৰে। মহিলাকেইগৰাকীয়ে ঘৰ অভিমুখে খোজ কাঢ়ি গৈ থকা অৱস্থাতে এই ঘটনা। গোলাঘাট সদৰ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাকেইগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...