শ্বাহিন আফ্ৰিদীয়ে যশপ্ৰীত বুমৰাহক দিলে বিশেষ উপহাৰ

পিতৃ-মাতৃ… জীৱনৰ আটাইতকৈ মধুৰ অনুভৱ পিতৃ-মাতৃ। এটা ভাল লগা সত্তা… সকলোৰে হৃদয়ত বাজি উঠা এটা সুৰীয়া সুৰ হয়তো পিতৃ-মাতৃ। কিছুদিন পূৰ্বেই পিতৃ হৈছে ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহ। বুমৰাহৰ জীৱনলৈ আহিছে এটি পুত্ৰ সন্তান।

দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে হৈ থকা খেলত বৰষুণে বিধি পথালি দিয়াৰ বাবে আধাতেই সামৰিব লগা হয়। ইয়াৰ মাজতেই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা মতে খেলখন আধৰুৱা হোৱাৰ পাছতেই পাকিস্তানৰ ক্ৰিকেটাৰ শ্বাহিন আফ্ৰিদী বুমৰাহৰ ওচৰলৈ দৌৰি আহে আৰু তাৰ পাছতেই বুমৰাহৰ হাতত তুলি দিয়ে এটা উপহাৰ। লগতে তেওঁ বুমৰাহক শুভেচ্ছাো দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...