৪০খন স্কুলক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

দিল্লীৰ কেইবাখনো শিক্ষানুষ্ঠানত পুনৰ বোমাতংক। আজি পুৱা ই-মেইলযোগে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি বিদ্যালয়কেইখন। DPS আৰ কে পুৰম আৰু GD গোৱেংকা নামৰ শিক্ষানুষ্ঠানকো ভাবুকি। পশ্চিম বিহাৰ অঞ্চলত আছে দুয়োখন শিক্ষানুষ্ঠান। ভাবুকি পোৱাৰ লগে লগে শিক্ষানুষ্ঠানসমূহ সাময়িকভাৱে বন্ধ কৰ্তৃপক্ষৰ। শিক্ষাৰ্থীসকলক ঘূৰাই পঠোৱা হ’ল ঘৰলৈ। ঘটনাস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী-অৰ্ধসামৰিক বাহিনী। অগ্নিনিৰ্বাপক বাহিনীও সাজু বিদ্যালয়। কেইবাখনো বিদ্যালয়ক ধন দাবী অচিনাক্ত দুৰ্বৃত্তৰ। বোমা নিষ্ক্ৰিয়কৰণৰ বাবে ৩০ হাজাৰ ডলাৰ দাবী। দিল্লীৰ প্ৰায় ৪০খন স্কুললৈ এই ভাবুকি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...