ডাঙৰ খবৰ, ক’ভিড ৰিপৰ্ট নাথাকিলেও পাব জৰুৰী চিকিত্সা সেৱা

জৰুৰীভাবে কোনো ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হ’লে ক’ভিডৰ প্ৰমাণপত্ৰ নাথাকিলেও চিকিৎসা কৰিব লাগিব চিকিৎসকে। স্বাস্থ্য বিভাগে দিলে এই নিৰ্দেশনা। পূৰ্বতে ক’ভিডৰ পৰীক্ষাৰ প্ৰমাণপত্ৰ নাথাকিলে চিকিৎসা কৰা নাছিল ৰোগীক। ব্যক্তিগত চিকিৎসালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিয়ম। ক’ভিড ৰিপৰ্টৰ অভাৱত যাতে কোনো ৰোগীয়ে চিকিত্সা সেৱাৰ পৰা বঞ্চিত নহয় তাক নিশ্চিত কৰাৰ বাবে স্বাস্থ্য বিভাগে দিছে জৰুৰী নিৰ্দেশনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মণিপুৰৰ কামজঙত পুনৰ হিংসাত্মক ঘটনা; গুলীত প্ৰাণ গ’ল ৫ সন্তানৰ মাতৃৰ, জ্বলাই দিলে কেইবাটাও ঘৰ

মণিপুৰৰ সংঘাতজৰ্জৰিত পৰিস্থিতিৰ মাজতে কামজং জিলাত পুনৰ হিংসাত্মক ঘটনা।...

ৰাষ্ট্ৰসংঘত পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ; জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি পুনৰ স্পষ্ট ঘোষণা ভাৰতৰ

জম্মু-কাশ্মীৰক লৈ ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে। জম্মু-কাশ্মীৰ...

দিল্লী আৰক্ষীৰ হাতত আটক মমতা বেনাৰ্জী, প্ৰিজন ভেনত বহি গালে ‘জাগো দুৰ্গা’

দিল্লীত আটক কৰা হ’ল পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা...