ডাঙৰ খবৰ, ক’ভিড ৰিপৰ্ট নাথাকিলেও পাব জৰুৰী চিকিত্সা সেৱা

জৰুৰীভাবে কোনো ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হ’লে ক’ভিডৰ প্ৰমাণপত্ৰ নাথাকিলেও চিকিৎসা কৰিব লাগিব চিকিৎসকে। স্বাস্থ্য বিভাগে দিলে এই নিৰ্দেশনা। পূৰ্বতে ক’ভিডৰ পৰীক্ষাৰ প্ৰমাণপত্ৰ নাথাকিলে চিকিৎসা কৰা নাছিল ৰোগীক। ব্যক্তিগত চিকিৎসালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিয়ম। ক’ভিড ৰিপৰ্টৰ অভাৱত যাতে কোনো ৰোগীয়ে চিকিত্সা সেৱাৰ পৰা বঞ্চিত নহয় তাক নিশ্চিত কৰাৰ বাবে স্বাস্থ্য বিভাগে দিছে জৰুৰী নিৰ্দেশনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গীতে-মাতে সুধাকণ্ঠক স্মৰণ, ৰাজ্যজুৰি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ১৫সংখ্যক মৃত্যু বাৰ্ষিকী পালন

আজি বিশ্ববৰেণ্য শিল্পী, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ১৫সংখ্যক মৃত্যু...

কি হৈছে মানুহৰ? ডাইনীৰ অপবাদতেই এগৰাকী মহিলাক হত্যা মস্তিষ্কহীন একাংশৰ

বিজ্ঞান প্ৰযুক্তিবিদ্যাই মানৱ জাতিক বহুদূৰ আগুৱাই নিলেও ক’ৰবাতে যেন...