ডাঙৰ খবৰ, ক’ভিড ৰিপৰ্ট নাথাকিলেও পাব জৰুৰী চিকিত্সা সেৱা

জৰুৰীভাবে কোনো ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হ’লে ক’ভিডৰ প্ৰমাণপত্ৰ নাথাকিলেও চিকিৎসা কৰিব লাগিব চিকিৎসকে। স্বাস্থ্য বিভাগে দিলে এই নিৰ্দেশনা। পূৰ্বতে ক’ভিডৰ পৰীক্ষাৰ প্ৰমাণপত্ৰ নাথাকিলে চিকিৎসা কৰা নাছিল ৰোগীক। ব্যক্তিগত চিকিৎসালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিয়ম। ক’ভিড ৰিপৰ্টৰ অভাৱত যাতে কোনো ৰোগীয়ে চিকিত্সা সেৱাৰ পৰা বঞ্চিত নহয় তাক নিশ্চিত কৰাৰ বাবে স্বাস্থ্য বিভাগে দিছে জৰুৰী নিৰ্দেশনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...