গোলাঘাটৰ APSC পৰীক্ষাকেন্দ্ৰত চাঞ্চল্যকৰ ঘটনা

0 46,728

গোলাঘাটৰ APSC পৰীক্ষাকেন্দ্ৰত চাঞ্চল্যকৰ ঘটনা। লুকুৱাই অনা অৱস্থাত মোবাইল ফোনসহ ধৰা পৰিল পৰীক্ষাৰ্থী। দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল পৰীক্ষা। অন্তৰ্বাসত লুকুৱাই আনিছিল মোবাইল। তাৎক্ষণিকভাৱে পৰীক্ষা কেন্দ্ৰৰ পৰা বৰ্খাস্ত ভাস্কৰ জ্যোতি হাজৰিকা পৰীক্ষাৰ্থী। গোলাঘাটৰ ১ নং শেনচোৱাত ঘৰ যুৱকজনৰ। বৰ্তমানেও অসম চৰকাৰৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী ধৃত ভাস্কৰ। ঘটনা সংঘটিত হোৱাৰ পাছতে গ্ৰেপ্তাৰ ভাস্কৰ। গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাজিৰ কৰিলে আদালতত।

Leave A Reply

Your email address will not be published.