ঘোচ লৈ হাত দাঙিলে ধনৰ লুভীয়া ব্ৰজেন্দ্ৰ নাথ দাসে

পুনৰ হাত দাঙিলে দুৰ্নীতিগ্ৰস্ত বিষয়াই। CM ভিজিলেঞ্চৰ অভিযানত গ্ৰেপ্তাৰ বিজনীৰ বড়োবজাৰৰ CDPO ব্ৰজেন্দ্ৰ নাথ দাস। অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ নামত ঘোচ লোৱাৰ অভিযোগ। গৃহ নিৰ্মাণৰ ধন মোকলোৱাৰ নামত ঠিকাদাৰৰ পৰা বিচাৰিছিল ৩০ হাজাৰ টকা। ১০ হাজাৰ টকা দিওতেই হাতেলোটে গ্ৰেপ্তাৰ ঘোচখোৰ ব্ৰজেন্দ্ৰ নাথ দাসক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গীত পৰিৱেশন কৰি থাকোতেই কিয় খং উঠিল প্ৰিয়ংকা ভৰালীৰ?

মঞ্চত গীত পৰিৱেশন কৰি থাকোতেই খঙত অগ্নিশৰ্মা হৈ পৰিল...

ধুবুৰীৰ ইংলিছ এডুকেচন একাডেমীত আৰক্ষীৰ অভিযান

ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া শিক্ষাৰ নামত ছিণ্ডিকেট।ধুবুৰীৰ ঝগ্ৰাৰপাৰত ইংলিছ...

আজি ১ মে’ — আন্তৰ্জাতিক শ্ৰমিক দিৱস

১৮৮৬ চনৰ ১ মে’ত আমেৰিকাৰ ছিকাগো চহৰত হাজাৰ হাজাৰ...

ফলাফল ল’বলৈ ছাত্ৰীগৰাকী আৰু নাই, আজি তাইৰ তিলনী

সপোন আছিল কটন বিশ্ববিদ্যালয়ত পঢ়াৰ। নিজৰ সপোনটো পূৰণ কৰাৰ...