গোলাঘাটৰ APSC পৰীক্ষাকেন্দ্ৰত চাঞ্চল্যকৰ ঘটনা

গোলাঘাটৰ APSC পৰীক্ষাকেন্দ্ৰত চাঞ্চল্যকৰ ঘটনা। লুকুৱাই অনা অৱস্থাত মোবাইল ফোনসহ ধৰা পৰিল পৰীক্ষাৰ্থী। দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল পৰীক্ষা। অন্তৰ্বাসত লুকুৱাই আনিছিল মোবাইল। তাৎক্ষণিকভাৱে পৰীক্ষা কেন্দ্ৰৰ পৰা বৰ্খাস্ত ভাস্কৰ জ্যোতি হাজৰিকা পৰীক্ষাৰ্থী। গোলাঘাটৰ ১ নং শেনচোৱাত ঘৰ যুৱকজনৰ। বৰ্তমানেও অসম চৰকাৰৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী ধৃত ভাস্কৰ। ঘটনা সংঘটিত হোৱাৰ পাছতে গ্ৰেপ্তাৰ ভাস্কৰ। গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাজিৰ কৰিলে আদালতত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...