হাইলাকান্দিৰ বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়কক নিলম্বন

  • হাইলাকান্দিৰ বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়কক নিলম্বন
  • হাইলাকান্দিৰ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে নিলম্বিত আব্দুল মালিক মজুমদাৰ
  • জালিয়াতি, ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগত নিলম্বন মজুমদাৰক
  • অনুকম্পামূলক নিযুক্তিৰ প্ৰাৰ্থীক মজুমদাৰে দাবী কৰিছিল ৩ লাখ
  • ঘোচ নিদিয়াত মজুমদাৰে নিয়োগ কমিটীক নিদিলে প্ৰাৰ্থীজনৰ আবেদন
  • ACS বিষয়া ইভা দাসক সমস্ত অভিযোগৰ তদন্তৰ দায়িত্ব DCৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

তিনিবছৰ পূৰ্বেই ম্যাদ উকলা চেলাইন দিলে ৰোগীক, হাহাকাৰ লাগিল পৰিয়ালৰ মাজত

ছিপাঝাৰৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাভূত-নাশ্ৰুত কাণ্ড। তিনিবছৰ...

১০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া ফ্ৰান্স ভ্ৰমণসূচী প্ৰধানমন্ত্ৰী মোদীৰ

১০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া ফ্ৰান্স ভ্ৰমণসূচী প্ৰধানমন্ত্ৰী মোদীৰ। AI...

সুদৰ হাৰ কমালে ভাৰতীয় ৰিজাৰ্ভ বেংকে।

সুদৰ হাৰ কমালে ভাৰতীয় ৰিজাৰ্ভ বেংকে। নতুন গৱৰ্ণৰ সঞ্জয়...

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত অসমৰ নতুন অভিলেখ

প্ৰথমবাৰৰ বাবে ফাইনেল খেলিব অসমৰ চাৰি বক্সাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত...