দেশৰ ১৩খন উচ্চ ন্যায়ালয়ে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ

দেশৰ ১৩খন উচ্চ ন্যায়ালয়ে শীঘ্রে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ। দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা নেতৃত্বাধীন ছুপ্রিম ক’ৰ্ট কলেজিয়ামে আঠগৰাকী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশৰ নামত অনুমোদন জনাইছে।

ইয়াৰ ভিতৰত আছে কলকাতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্রাপ্ত ন্যায়াধীশ ৰাজেশ জিন্দালৰ নামো। লক্ষণীয়ভাৱে পাঁচগৰাকী মুখ্য ন্যায়াধীশক অন্য উচ্চ ন্যায়ালয়লৈ স্থানান্তৰৰ ক্ষেত্রতো কলেজিয়ামে অনুমোদন জনাইছে।লক্ষণীয়ভাৱে, কলেজিয়ামৰ এই সিদ্ধান্তৰ কথা উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত আপলোড কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...