২৪লৈ কঁকালত টঙালী বান্ধিছে বিজেপিয়ে অসমআঞ্চলিকগুৱাহাটী 77 By NKTV Digital Share FacebookTwitterWhatsAppTelegram সমাগত লোকসভা নিৰ্বাচনত মিছন ১২+ৰ লক্ষ্যত উপনীত হ’বলৈ কঁকালত টঙালী বান্ধিছে বিজেপিয়ে। বৰ্তমান বিৰোধীৰ দখলত থকা নগাঁও, কলিয়াবৰ আৰু বৰপেটা সমষ্টিত বিশেষ দায়িত্ব দিয়া হৈছে ২ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুক। Author: NKTV Digital Previous articleমল্লিকাৰ্জুন খাৰ্গেৰ কান্ধত দল পৰিচালনাৰ দায়িত্বNext articleগৃহৰক্ষী বাহিনীৰ জোৱানৰ দৈনিক ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি NKTV Digital Popular গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব? অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে? পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া, মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া পদৰ পৰা গৌতম দাসৰ স্বেচ্ছাই অব্যাহতি More like thisRelated গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব? NKTV Digital - March 23, 2026 অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ... অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা NKTV Digital - March 23, 2026 পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক... উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ NKTV Digital - March 21, 2026 উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ... ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে? NKTV Digital - March 21, 2026 জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...