গ্ৰেপ্তাৰ হ’ব পাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা!

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। শংকৰজ্যোতি বৰুৱালৈ ডিব্ৰুগড় আৰক্ষীৰ আইনী জাননী। ২৪ ঘণ্টীয়া বন্ধ ঘোষণাক লৈ কঠোৰ ডিব্ৰুগড় আৰক্ষী। শীঘ্ৰে বন্ধ প্ৰত্যাহাৰ নকৰিলে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে গ্ৰহণ কৰিব আইনী ব্যৱস্থা। আজি পুৱা ৫ বজাৰ পৰা আছুৱে ৰূপায়ণ কৰিছিল বন্ধৰ কাৰ্যসূচী। আছুৰ এই প্ৰতিবাদত স্তব্ধ হৈ পৰিছিল ডিব্ৰুগড়, তিনিচুকীয়া জিলা। নীতিবৰ্হিভূতভাৱে এনে বন্ধ কাৰ্যসূচী ঘোষণা কৰাক লৈ সন্মুখীন হ’‍ব পাৰে কঠোৰ শাস্তিৰ। শংকৰজ্যোতি বৰুৱাক বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ ডিব্ৰুগড় আৰক্ষীৰ কঠোৰ সকীয়নি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...