মাৰাত্মক ৰোগত আক্ৰান্ত ছলমান খান

মাৰাত্মক ৰোগত আক্ৰান্ত ভাইজান। ট্ৰাইজেমিনেল নিউৰেল’জিয়া ৰোগত আক্ৰান্ত ছলমান খান। স্নায়ুজনিত ৰোগত আক্ৰান্ত বুলি নিজেই জনালে বলীউড ষ্টাৰজনে। OTT প্লেটফৰ্মৰ এটি শ্ব’ত জনালে তাৰকাজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...