ছেইফ আলী খানৰ ওপৰত আক্ৰমণঃ আটক হোৱা লোকজনৰ সৈতে আঙুলিৰ চাপৰ মিল নাই প্ৰকৃত দোষীৰ

ছেইফ আলী খানৰ ওপৰত চুৰীৰে হোৱা আক্ৰমণৰ তদন্তত নতুন টুইষ্ট। আৰক্ষীয়ে আটক কৰা সন্দেহজনক লোকজনৰ সৈতে আঙুলিৰ চাপৰ মিল নাই ঘটনাটো সংঘটিত কৰা প্ৰকৃত দোষীৰ। বান্দ্ৰাৰ ঘৰত অভিনেতাজনক ছুৰীৰে আঘাত কৰা দুৰ্বৃত্তজন এতিয়াও পলাতক হৈ আছে। সন্দেহযুক্ত লোকজনক আটক কৰি ৰখা মুম্বাই আৰক্ষীয়ে এতিয়া তেওঁক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। লগতে প্ৰকৃত দোষীৰ সন্ধানত চলিছে আৰক্ষীৰ তীব্ৰতৰ অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...