বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আক্ৰমণৰ বলি হ’ল ছেইফ আলী খান

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আক্ৰমণৰ বলি হ’ল ছেইফ আলী খান। ছেইফ আলী খানৰ আক্ৰমণকাৰী এজন অবৈধ অনুপ্ৰৱেশকাৰী। বাংলাদেশৰ মহম্মদ শ্বৰিফুল ইছলাম শ্বেহজাদ বুলি চিনাক্ত কৰিছে মুম্বাই আৰক্ষীয়ে। আক্ৰমণকাৰীজনৰ লগত নাই কোনো ভাৰতীয় নথিপত্ৰ। আৰক্ষীয়ে জনোৱা মতে আক্ৰমণকাৰীজন ৬ মাহৰ পূৰ্বে মুম্বাইলৈ আহিছিল। ইমান দিনে বিজয় দাস বুলি ভুৱা নামেৰে চিনাকি দিছিল আক্ৰমণকাৰীজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...