কাজিৰঙা সন্দৰ্ভত শচীন তেণ্ডুলকাৰে ক’লে এই কথা

মেঘালয় ভ্ৰমণ সামৰি সপৰিয়ালে কাজিৰঙাত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ। দুদিনৰ বাবে কাজিৰঙালৈ আহিছে কিংবদন্তি ক্ৰিকেটাৰগৰাকী। আজি পুৱাই কাজিৰঙাত শচীন তেণ্ডুলকাৰৰ জীপ ছাফাৰী। পৰিয়ালসহ কাজিৰঙাৰ সৌন্দৰ্য্য উপভোগ কৰিলে ক্ৰিকেটাৰজনে। কাজিৰঙাৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰিলে শচীন তেণ্ডুলকাৰে। কাজিৰঙাৰ মনোমোহা দৃশ্য উপভোগ কৰি মুগ্ধ হ’ল তেণ্ডুলকাৰ। NKTV PLUSৰ সন্মুখত তেওঁ ক’লে, ‘যি বিচাৰি তেওঁ কাজিৰঙালৈ আহিছিল, সেয়া তেওঁ পালে…’ এই সময়চোৱাতে অনুৰাগীয়ে বিভিন্ন উপহাৰো দিলে ক্ৰিকেটৰ ভগৱানজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...