চাৰিজাঁই গুলী ফুটাই লুটি নিলে নগদ ধন, সোণৰ চেইন

চিৰাঙত চাঞ্চল্যকৰ ডকাইতি। চাৰিজাঁই গুলী ফুটাই দুৰ্বৃত্তই লুটি নিলে নগদ ধনসহ সোণৰ আ-অলংকাৰ। অভিলাস মুছাহাৰী আৰু কৃষ্ণে লুইটেল নামৰ দুজন লোকৰ ঘৰত সংঘটিত হয় এই ডকাইতি। চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ আমটেকাৰ যমুনাগুৰীত সংঘটিত হয় এই ডকাইতি কাণ্ড।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...