আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটীত পুনৰ দিন ডকাইতি

দিনক দিনে যেন অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যৱসিত হৈছে মহানগৰী গুৱাহাটী। ইটোৰ পিছত সিটোকৈ অপৰাধে দৈনিক সংবাদ শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ সংঘটিত হৈছে আন এক অপৰাধ। আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটীত পুনৰ দিন ডকাইতি। ভঙাগড়ত সংঘটিত হৈছে এই ডকাইতি কাণ্ড। বাইকত অহা দুৰ্বৃত্তই এজনৰ পৰা লুটি নিলে ৫ লাখ টকা। উল্লেখ্য যে বেংকৰ পৰা ধন উলিয়াই আনিছিল লোকজনে। এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। প্ৰশ্ন উঠিছে আৰক্ষীৰ ভূমিকাৰ ওপৰতো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...