চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা

চিলাপথাৰৰ জ্যোতিনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰেক্টৰ খুন্দাত প্ৰাণ হেৰুৱালে স্কুটী আৰোহী যুৱকে। নিহত যুৱকজন ডিব্ৰুগড়ৰ মোহনবাৰীৰ বিশ্বজিত কোঁৱৰ (২৩)। AS07/W9793 নম্বৰ স্কুটীখনেৰে গৈ আছিল যুৱকজন। চিলাপথাৰ পূৰ্বাঞ্চল মহাবিদ্যালয়ত স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা দিবলৈ গৈছিল যুৱকজন। কিন্তু এই দুৰ্ঘটনাত মুহূৰ্ততে শেষ হৈ গ’ল সকলো। অপমৃত্যু ঘটিল এটা সম্ভাৱনাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...