শ্ৰীলংকাৰ বিৰুদ্ধে T20 মূল দলত ৰিয়ান পৰাগ

শ্ৰীলংকাৰ বিৰুদ্ধে T20 মূল দলত ৰিয়ান পৰাগ। ১১জনীয়া দলত স্থান লাভ ৰিয়ান পৰাগৰ। দলৰ বেটিং তালিকাৰ ৫ নং স্থানত নাম ৰিয়ানৰ। আজি ৭ বজাৰ পৰা ৩ খনীয়া শৃংখলাৰ প্ৰথম খেল। টছত জয়ী হৈ প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত শ্ৰীলংকাৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...