আজীৱন কাৰাদণ্ড আৰ জি কৰৰ ধৰ্ষণ–হত্যাৰ অভিযুক্তক

আজীৱন কাৰাদণ্ড আৰ জি কৰৰ ধৰ্ষণ–হত্যাৰ অভিযুক্তক। শিয়ালদহ আদালতে অভিযুক্ত সঞ্জয় ৰায় সন্দৰ্ভত দিলে এই ৰায়। জীৱনৰ অন্তিম দিন পৰ্যন্ত কাৰাগাৰতে কটাব লাগিব সঞ্জয় ৰায়ে। আদালতে সঞ্জয় ৰায়ক বিহিলে ৫০ হাজাৰ টকাৰ জৰিমনা। ৫০ হাজাৰ টকাৰ জৰিমনা আদায় নিদিলে অতিৰিক্ত ৫ মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ। আৰ জি কৰ হাস্পতালত ধৰ্ষণ–হত্যাৰ বলি হৈছিল তৰুণী চিকিত্সক। হাস্পতালখনৰ ছেমিনাৰ হলত ৯ আগষ্টত উদ্ধাৰ হৈছিল মৃতদেহ। DNA পৰীক্ষাত প্ৰমাণ পাইছিল সঞ্জয়ৰ অপৰাধ। ঘটনাস্থলীত পোৱা গৈছিল সঞ্জয় ৰায়ৰ চুলি। ভুক্তভোগীৰ তেজ পাইছিল সঞ্জয়ৰ জিনছ আৰু জোতাত. নিহত তৰুণী চিকিত্সকৰ পৰিয়ালক ১৭ লাখ টকাৰ ক্ষতিপূৰণ। ক্ষতিপূৰণ প্ৰত্যাখান নিহত যুৱতীগৰাকীৰ পিতৃৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...