নগাঁৱৰ গুলীচালনাৰ ঘটনাক লৈ তৎপৰ অসম আৰক্ষী, ঘটনাত জড়িত আৰক্ষী জোৱানক ৰিজাৰ্ভ ক্ল’জ

নগাঁও এনকাউণ্টাৰক লৈ আত্মৰক্ষাৰ চেষ্টা আৰক্ষীৰ। নগাঁৱৰ গুলীচালনাৰ ঘটনাক লৈ তৎপৰ অসম আৰক্ষী। ঘটনাত জড়িত আৰক্ষী জোৱানক ৰিজাৰ্ভ ক্ল’জ।

তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব এই নিৰ্দেশনা। টুইটযোগে জনালে অসম আৰক্ষীয়ে। ঘটনাৰ আয়ুক্ত পৰ্যায়ৰ তদন্তৰ বাবে চৰকাৰক আহ্বান অসম আৰক্ষীৰ। দোষী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...