আঞ্চলিক

যোৰহাটত মনোনয়ন দাখিল গৌৰৱ গগৈৰ

মনোনয়ন দাখিলৰ পূৰ্বে বিশাল ৰেলী গৌৰৱ গগৈৰযোৰহাটত গৌৰৱ গগৈৰ শক্তি প্ৰদৰ্শনসহস্ৰাধিক সমৰ্থকৰ অংশগ্ৰহণ গৌৰৱ গগৈৰ ৰেলীত মনোনয়ন পত্ৰ দাখিল কৰি যোৰহাট সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী...

হোলী গীতেৰে মুখৰিত বৰপেটা সত্ৰৰ চৌদিশ

ৰঙা জুই জ্বলি উঠিছে, পলাশৰ ডালত। ফাগুনৰ বা বৈ পৰিছে, নিকুঞ্জ বনত। ৰাজ্যৰ সৰ্বত্ৰ আকাশত উৰিছে আবিৰৰ ৰং। পীঠস্থান বৰপেটা সত্ৰত প্ৰতিবাৰৰ দৰে স্বকীয়তা...

জাতিষ্কাৰ হৈ উঠিছে কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যান

সমাগত বসন্ত। বসন্তৰ আগমনত ন-ৰূপ লৈছে প্ৰকৃতিয়ে। চাৰিওফালে জকমকাই ফুলি উঠিছে না-না ৰঙী ফুলবোৰ। বসন্তৰ প্ৰাক-ক্ষণতে কাজিৰঙা অৰ্কিড উদ্যানত ফুলি উঠিছে ভিন্ন প্ৰজাতিৰ অৰ্কিডসমূহ।...

অসমত আফগানিস্তান ফুটবল দলৰ অথন্তৰ

বিশ্বকাপ ফুটবলৰ যোগ্যতা নিৰ্ণায়ক মেচৰ বাবে গুৱাহাটীলৈ আহি প্ৰথম দিনাই অনাহুত পৰিস্থিতিৰ সন্মুখীন হ’ল আফগানিস্তান ফুটবল দল। পল্টনবজাৰৰ ছাই চেণ্টাৰত শনিবাৰে সন্ধিয়া অনুশীলন কৰিবলৈ...

হাতত ISISৰ পতাকা লৈ আটক গুৱাহাটী IITৰ ছাত্ৰ

হাতত ISISৰ পতাকা লৈ জালুকবাৰীৰ পৰা হাজো অভিমুখে গৈ আছিল এজন যুৱক। নিজকে ISISৰ সমৰ্থক বুলি পৰিচয় দিয়া যুৱকজনক হিন্দু জাগৰণ মঞ্চই আটক কৰি...

Popular