আঞ্চলিক

ৰায়মনাৰ পাছত দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা

ৰাজ্যত গঠন হ’ল আৰু এখন নতুন ৰাষ্ট্ৰীয় উদ্যান ৰায়মনাৰ পাছত দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা২৩৪ বৰ্গকিলোমিটাৰ এলেকা জুৰি বিস্তৃত এই বনাঞ্চলবৰ্ষাৰণ্যৰে সমৃদ্ধ এই ৰাষ্ট্ৰীয় উদ্যান...

বাঘজান অগ্নিকাণ্ডত পাৰিপাৰ্শ্বিক ক্ষতি হৈছিল ২৫,০০০ কোটি টকাৰ

বন বিভাগৰ বিস্ফোৰক প্ৰতিবেদন বাঘজানৰ অগ্নিকাণ্ডত ডিব্ৰু-ছৈখোৱাৰ Landscapৰ ৫৫% ধ্বংসডিব্ৰু-ছৈখোৱাৰ ১২.৭ বৰ্গ কিঃমিঃ এলেকাৰ জৈৱ-বৈচিত্ৰ ধ্বংসপ্ৰাপ্তঅগ্নিকাণ্ডত ১৬.৩২ বৰ্গ কিঃমিঃ জলাশয় সম্পূৰ্ণৰূপে বিনষ্টঅগ্নিকাণ্ডত ধ্বংস হ’ল ২১৩...

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ পিতৃ-মাতৃ ক’ভিড পজিটিভ হ’লে ১৫ দিনৰ বিশেষ নৈমিত্তিক ছুটি

গুৱাহাটী, ৯ জুন, NKTV: কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশ অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়ে তেওঁলোকৰ পিতৃ-মাতৃ বা পৰিয়ালৰ কোনো নিৰ্ভৰশীল সদস্যই ক'ভিড-১৯ পজিটিভ হ'লে...

বেটেলিয়নৰ জোৱানলৈ এমাহ ছুটী, বছৰত এবাৰ স্বাস্থ্য পৰীক্ষা

গুৱাহাটী, ৯ জুন, NKTV: কাজিৰঙাত মুখ্যমন্ত্রী ডo হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ১০টা কমাণ্ডো বেটেলিয়ন গঠনৰ আনুষ্ঠানিক ঘোষণা। নাগালেণ্ড সীমান্তকে ধৰি স্পৰ্শকাতৰ অঞ্চলত বেটেলিয়ন গঠন কৰা হ'ব।...

৭ দিনৰ ভিতৰত ৰাজহ চক্ৰ বিষয়াসকলে চিনাক্ত কৰিব লাগিব খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰীক

গুৱাহাটী, ৯ জুন, NKTV: গোলাঘাটৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত সুলভ মূল্যৰ দোকানসমূহৰ পৰা ৰেচন কাৰ্ড লাভ কৰি থকা যোগ্যতাবিহীন হিতাধিকাৰী সকলক চিনাক্ত কৰাৰ...

Popular