আঞ্চলিক

‘উড়তা পাঞ্জাৱ’ নহয়, এইবাৰ ‘উড়তা অসম’

উড়তা পাঞ্জাৱ নহয় উড়তা অসম২৭ কেজি হেৰ’ইন, ১৩ লাখ ৬ হাজাৰ টেবলেট, ১২ হাজাৰ ৮২৩ কেজি গাঞ্জাদুমাহত জব্দ হ’ল বৃহৎ পৰিমাণৰ ড্ৰাগ্ছ-নিচাযুক্ত সামগ্ৰী১১২১টা গোচৰ,...

অসম চৰকাৰে ক্ৰয় কৰিব কাগজ কল!

অসম চৰকাৰে ক্ৰয় কৰিব কাগজ কল!জাগীৰোড আৰু কাছাৰ কাগজ কল ক্ৰয়ৰ প্ৰস্তাৱবন্ধ হৈ থকা জাগীৰোড কাগজ কল ক্ৰয়ৰ প্ৰস্তুতি অসম চৰকাৰৰউদ্যোগ আৰু বাণিজ্য বিভাগৰ...

এখুদ ককাইদেউলৈ শ্ৰদ্ধাঞ্জলি!

আধুনিক অসমীয়া কবিতাৰ অন্যতম বাটকটীয়া, যশস্বী সাহিত্যিক নৱকান্ত বৰুৱালৈ মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি জনালোঁ। এখুদ ককাইদেউৰ কৰ্মৰাজি অসমীয়া সাহিত্যৰ এক অমূল্য ভঁৰালৰূপে জিলিকি আছে। তেখেতৰ...

আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতালৈ বোকাখাতৰ সন্তান

গুৱাহাটী, ১৪ জুলাই, NKTV: প'লেণ্ডত অনুষ্ঠিত হ'বলগীয়া WORLD YOUTH ARCHERY CHAMPIONSHIPলৈ নিৰ্বাচিত বোকাখাতৰ বিশাল চাংমাই। বোকাখাতৰ বিশালেই একমাত্ৰ আৰ্চাৰী খেলুৱৈ যি এই বিশ্ব যুৱ আৰ্চাৰী...

গুৱাহাটী মহানগৰীত বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা

গুৱাহাটী, ১৪ জুলাই, NKTV: গুৱাহাটী মহানগৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি। ৰাজ্যত বিগত ২৪ ঘণ্টাত ক'ভিডত আক্ৰান্ত ২১৬৯জন। ক'ভিড পৰীক্ষা সম্পন্ন হৈছিল ১লাখ ২৪হাজাৰ ৩৮১টা। দিনটোত পজিটিভিটীৰ হাৰ...

Popular