আঞ্চলিক

নিযুত মইনা-নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; ৫ লাখ ৪২ হাজাৰৰো অধিক শিক্ষাৰ্থীলৈ ৫৮.৫৯ কোটি টকাৰ সাহায্য

ৰাজ্যৰ শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আৰ্থিকভাৱে সহায় কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ৰূপায়ণ কৰা ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন আনুষ্ঠানিকভাৱে...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক জয়ন্ত হাজৰিকা। নিজৰ সুকীয়া কণ্ঠ, হৃদয়স্পৰ্শী সুৰ আৰু আধুনিক সংগীতৰ অভিনৱ পৰীক্ষাৰে...

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী চোৰ। কাহিলিপাৰাত এগৰাকী মহিলাৰ পৰা বেগ কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল কেইদিনমান পূৰ্বে। প্ৰাপ্ত তথ্য অনুসৰি, দুই...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে। মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সদৰী...

যোৰহাটত উদ্ধাৰ মিছাইলসদৃশ বিস্ফোৰক সামগ্ৰী, অঞ্চলজুৰি আতংকিত পৰিৱেশ

যোৰহাটত মিছাইলসদৃশ সামগ্ৰী উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। যোৰহাটৰ কৱৰস্থান ৰোডৰ সমীপত টোকোলাই খনন আৰু পৰিষ্কাৰ কৰি থকাৰ সময়তে উদ্ধাৰ হয় মিছাইলসদৃশ বিস্ফোৰক সামগ্ৰী। এই...

Popular