আঞ্চলিক

ডিচেম্বৰত অনুষ্ঠিত হ’ব ২৮ সংখ্যক সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতা; শ্ৰেষ্ঠ নাট্যদললৈ ৩০ হাজাৰ টকাৰ পুৰস্কাৰ

অসমৰ অন্যতম উল্লেখযোগ্য নাট্য প্ৰতিযোগিতা সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতাৰ ২৮ সংখ্যক সংস্কৰণ অহা ২৮, ২৯ আৰু ৩০ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত...

১ নৱেম্বৰত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান; ৩০ গৰাকী কৰ্কট ৰোগীলৈ ১০ হাজাৰ টকাকৈ সাহাৰ্য

অহা ১ নৱেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’ব শক্তিশালী মহিলা গোট ‘অপৰূপা’ৰ উদ্যোগত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান। এই উপলক্ষে অনুষ্ঠিত...

মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত হাউছকিপিঙৰ দায়িত্বত নিয়োজিত এগৰাকী মহিলাৰ গাত এখন প্ৰকাণ্ড লোহাৰ গেট পৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়...

শ্ৰীভূমিত বিহু শিল্পীৰে মাৰপিটক লৈ উত্তাল অসম; দোষীক শাস্তিৰ দাবী

বৰাক উপত্যকাৰ শ্ৰীভূমিত প্ৰতিমা বিসৰ্জনক কেন্দ্ৰ কৰি বিহু শিল্পীৰ সৈতে মাৰপিটৰ অভিযোগ উত্থাপন হৈছে হিন্দুস্থান ক্লাবৰ সদস্যৰ বিৰুদ্ধে। শনিবাৰে নিশা ক্লাবটোৰ অন্তিম প্ৰতিমা বিসৰ্জন...

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া যুৱকে। ছুপাৰষ্টাৰ ৰজনীকান্তৰ অভিনীত ‘জেইলাৰ ২’ ছবিত ফাইটাৰ হিচাপে কাম কৰাৰ সুযোগ লাভ কৰি চৰ্চালৈ...

Popular