নামভৰ্তিৰ প্র-পত্রত বৰ্ণবাদ; কি ক’লে শিক্ষামন্ত্ৰীয়ে?

একবিংশ শতিকাত যেন পুনৰ পশ্চাদগামী হৈ পৰিল ৰাজ্যৰ শিক্ষা বিভাগ। নামভৰ্তিৰ প্র-পত্রত বৰ্ণবাদক প্রশ্রয় মহানগৰীৰ একাংশ মহাবিদ্যালয়ৰ। কোচ, কলিতা, ব্রাহ্মণ নে শূদ্র… হিচাপ লাগে হেনো শিক্ষা বিভাগক। ৰাজ্যৰ শৈক্ষিক ইতিহাসত সংঘটিত হ’ল নাভূত–নাশ্রুত কাণ্ড।

ইফালে, শিক্ষানুষ্ঠানত বৰ্ণবাদ সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ টুইট। বৰ্ণবাদৰ তথ্য নামভৰ্তিৰ সময়ত প্ৰয়োজন নহয়। এই সম্পৰ্কত চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দেশনা নাই। যদি কোনো শিক্ষানুষ্ঠানে তথ্য বিচাৰিছে, প্ৰত্যাহাৰ কৰক।

অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাহিৰে কোনো জাতি বা বৰ্ণগত তথ্য বিদ্যালয় বা মহাবিদ্যালয়ত নামভৰ্তিৰ সময়ত প্ৰয়োজন নহয়। এই সম্পৰ্কত চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ নিৰ্দেশনা দিয়া হোৱা নাই : শিক্ষামন্ত্ৰী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...