গৌৰৱময় ইতিহাস প্ৰতিষ্ঠাৰে অযোধ্যাপুৰীত ৰাম মন্দিৰ

ভকতৰ ভকতিৰ নিজৰা এতিয়া অনিৰুদ্ধভাৱে বৈছে অযোধ্যাত। অযোধ্যাৰ অলিয়ে গলিয়ে কেৱল মানুহ আৰু মানুহ। হিল দ’ল ভঙা মানুহৰ ভিৰত উৱাদিহ পোৱা নাই বহুতে। ৰাম লালাৰ দৰ্শনৰ বাবে খাপ পিটি ৰৈছে ৰাইজ ৰাতি দুপৰৰ পৰাই। অযোধ্যা নগৰীত এতিয়া বিশেষ চৰ্চালৈ আহিছে ১১১ গৰাকী দৰ্শনাৰ্থী। হাতে হাতে শংখ লৈ অহৰহ নাদ দিছে এই দলটোৱে। তেওঁলোক নো কোন?

যেনিয়েই চাই তেনিয়েই মানুহেই মানুহ
গৌৰৱময় ইতিহাস প্ৰতিষ্ঠাৰে অযোধ্যাপুৰীত ৰাম মন্দিৰ
দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে ৰাম মন্দিৰৰ দ্বাৰ
পুৱতি নিশাৰ কুৱলী আবৃত পৰিৱেশত ভক্তৰ লানি
জনসমুদ্ৰৰ মাজতে শংখবাদকে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ
১১১ গৰাকী শংখবাদকে একত্ৰে বজালে শংখ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...