ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড

APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰি। ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড। বিশেষ আদালতে শাস্তি ঘোষণা কৰিলে পালৰ। চামেদুৰ ৰহমান, বসন্ত দ’লেক ৭ৰ পৰা ১০ বছৰৰ জে’ল। বক্ৰপথেৰে চাকৰি লোৱা ২৯ জনক ৪ বছৰৰ কাৰাদণ্ড। ২২ জুলাইত দোষী সাব্যস্ত হৈছিল আটাইকেইজন।

Popular

More like this
Related

গুৱাহাটীত গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী, ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন

এইবাৰ গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী। মহানগৰীত মণিপুৰৰ ৩...

মিঠাই খোৱাৰ পূৰ্বে এশবাৰ ভাবক, অসাধু ব্যৱসায়ীয়ে আপোনাকো খুৱাব পাৰে গাঞ্জা মিহলি মিঠাই

আশাৰ সঞ্চাৰ কঢ়িয়াই অনা ফাকুৱাক লৈ দেশজুৰি আনন্দ। দেশৰ...

কলিয়াবৰত বনৰীয়া ম’হৰ ত্ৰাস

কলিয়াবৰত বনৰীয়া ম'হৰ ত্ৰাস। বিগত এমাহে এটা বনৰীয়া ম'হৰ...