হাজোত এনকাউন্টাৰৰ ঘটনা

ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। হাজোত আৰক্ষীৰ গুলীত আহত ৰাহুল হুছেইন নামৰ এজন‌। হাজোৰ ভৈল্যাবড়ীৰ কিশোৰী হত্যাৰ অভিযুক্ত ৰাহুল। নিশা তদন্তৰ বাবে লৈ গৈ থাকোতে আৰক্ষীৰ গাড়ীৰ পৰা পলায়নৰ চেষ্টা কৰিছিল। বাঁও ভৰিত গুলি লগা ৰাহুল হুছেইনক GMCHত ভৰ্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

লাডাখত ২২,০০০ ফুট উচ্চতাত DRDOৰ স্বদেশী কম্বেট পেৰাচ্যুট ছিষ্টেমৰ সফল পৰীক্ষণ

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ অধীনস্থ Aerial...

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ-প্ৰজন্মক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্রীলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

সম্প্রতি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ...