ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড

APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰি। ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড। বিশেষ আদালতে শাস্তি ঘোষণা কৰিলে পালৰ। চামেদুৰ ৰহমান, বসন্ত দ’লেক ৭ৰ পৰা ১০ বছৰৰ জে’ল। বক্ৰপথেৰে চাকৰি লোৱা ২৯ জনক ৪ বছৰৰ কাৰাদণ্ড। ২২ জুলাইত দোষী সাব্যস্ত হৈছিল আটাইকেইজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

লাডাখত ২২,০০০ ফুট উচ্চতাত DRDOৰ স্বদেশী কম্বেট পেৰাচ্যুট ছিষ্টেমৰ সফল পৰীক্ষণ

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ অধীনস্থ Aerial...

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ-প্ৰজন্মক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্রীলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

সম্প্রতি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ...