ধৰ্মীয় সংখ্যালঘুক উচটনিৰ অভিযোগ PFIৰ বিৰুদ্ধে

  • অসমতো PFIৰ বিৰুদ্ধে মাৰাথান অভিযান NIA-EDৰ
  • এইপৰ্যন্ত ১০জন PFI নেতাক গ্রেপ্তাৰ
  • সংগঠনটোৰ বিৰুদ্ধে ৰাষ্ট্রবিৰোধী কাৰ্যকলাপৰ অভিযোগ
  • এইসকল PFI নেতাই সাম্প্রদায়িক হিংসাত উদগনি জগোৱাৰ অভিযোগ
  • চৰকাৰৰ বিভিন্ন পদক্ষেপক লৈ ধৰ্মীয় সংখ্যালঘুক উচটনিৰ অভিযোগ
  • ছ’চিয়েল মিডিয়াযোগেও উচটনিমূলক প্রচাৰৰ অভিযোগ
  • বহিঃৰাজ্যৰ ঘটনাক লৈ ৰাজ্যবাসীক বিপথে পৰিচালিত কৰাৰ অভিযোগ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...