বিশিষ্ট চিত্ৰশিল্পী, ছবি পৰিচালক পুলক গগৈ অসুস্থ

পুনৰ অসুস্থ বিশিষ্ট চিত্ৰশিল্পী, ছবি পৰিচালক পুলক গগৈ। উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে GMCHলৈ। দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছে গগৈ। GMCHত বিশেষজ্ঞ চিকিৎসকৰ নেতৃত্বত চলিছে চিকিৎসা। বিভিন্নজনে পুলক গগৈৰ আশু আৰোগ্য কামনা কৰিছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...