জালুকবাৰী থানাৰ OCৰ PSO টংকেশ্বৰ দে’ক কিয় ৰিজাৰ্ভ ক্ল’জ?

জালুকবাৰী থানাৰ OCৰ PSO টংকেশ্বৰ দে’ক ৰিজাৰ্ভ ক্ল’জ। জালুকবাৰী আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দেহৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। মুখ্যমন্ত্ৰীয়ে অসমক ড্ৰাগছমুক্ত কৰিবলে কাম কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে আৰক্ষী আৰু ড্ৰাগছ ব্যৱসায়ী অপৰাধীৰ মাজত থকা সম্পৰ্কৰ তথ্য পোহৰলৈ আহিছে। OCৰ PSO টংকেশ্বৰ দেৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহকাৰী আৰু অপৰাধীৰ লগত সু সম্পৰ্কৰ থকাৰ অভিযোগ। এইজনে ধনৰ বিনিময়ত অপৰাধীক যোগান ধৰে আৰক্ষীৰ গোপন তথ্য। সাধাৰণ জনতাৰ পৰা ধন লোৱাৰ অভিযোগ। যোৱা ১ এপ্ৰিলত জালুকবাৰীৰ ছজন সচেতন ব্যক্তিয়ে লিখিতভাবে এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীক জনাইছে অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...