ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা; কুৰুক্ষেত্ৰত পৰিণত চন্দ্ৰপুৰ!

  • কুৰুক্ষেত্ৰত পৰিণত চন্দ্ৰপুৰ
  • নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল আৰক্ষী
  • খেদি খেদি চন্দ্ৰপুৰবাসীক প্ৰহাৰ
  • আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ১০ জন
  • ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধীতাৰে কৰিছিল পথ অৱৰোধ

গুৱাহাটী, ১৪ জুলাই, NKTV: অৱশেষত চন্দ্ৰপুৰবাসীৰ ওপৰত জপিয়াই পৰিল অসম আৰক্ষী। ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে পথ অৱৰোধ কৰা শ শ গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰিলে অসম আৰক্ষীয়ে। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হ’ল ১০ জনকৈ লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...