অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতি

  • অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতি
  • দুৰ্নীতি নিবাৰকৰ IGP সুৰেন্দ্ৰ কুমাৰক ADGP পদোন্নতি
  • নতুন দিল্লীত ডেপুটেশ্যনত থকা ভি শিৱপ্ৰসাদ গাঞ্জাৱালাক IGP পদোন্নতি
  • নতুন দিল্লীত ডেপুটেশ্যনত থকা পৃথিপল সিঙক IGP পদোন্নতি
  • মধ্য মণ্ডলৰ DIG সত্যৰাজ হাজৰিকাক IGP পদোন্নতি
  • উত্তৰ পূব মণ্ডলৰ DIG জিতমল দলেক IGP পদোন্নতি
  • নতুন দিল্লীত ডেপুটেশ্যনত থকা মইনুল ইছলাম মণ্ডলক IGP পদোন্নতি
  • ৰে’লৱেৰ DIG আবু ছুফিয়ানক IGP পদোন্নতি
  • অসম আৰক্ষীৰ গৃহ নিৰ্মাণ নিগমৰ MD অৰবিন্দ কলিতাক IGP পদোন্নতি
  • নিৰাপত্তা শাখাৰ DIG ইমদাদুল হুছেইন বৰাক IGP পদোন্নতি
  • তদাৰকী শাখাৰ DIG দেৱজ্যোতি মুখাৰ্জীক IGP পদোন্নতি
  • নতুন দিল্লীত ডেপুটেশ্যনত থকা অমনজিৎ কৌৰক DIG পদোন্নতি
  • ভিজিলেন্সৰ SP নিম্বালকাৰ চন্দ্ৰকান্তক DIG পদোন্নতি
  • কাহিলিপাৰাৰ 4 APBnৰ অধিনায়ক শিলাদিত্য চেতিয়াক DIG পদোন্নতি
  • বিশেষ শাখাৰ SP ৰত্না সিঙক DIG পদোন্নতি
  • ৬জন IPS বিষয়াক ছিনিয়ৰ গ্ৰেডলৈ উন্নীতকৰণ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...