অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতি

  • অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতি
  • দুৰ্নীতি নিবাৰকৰ IGP সুৰেন্দ্ৰ কুমাৰক ADGP পদোন্নতি
  • নতুন দিল্লীত ডেপুটেশ্যনত থকা ভি শিৱপ্ৰসাদ গাঞ্জাৱালাক IGP পদোন্নতি
  • নতুন দিল্লীত ডেপুটেশ্যনত থকা পৃথিপল সিঙক IGP পদোন্নতি
  • মধ্য মণ্ডলৰ DIG সত্যৰাজ হাজৰিকাক IGP পদোন্নতি
  • উত্তৰ পূব মণ্ডলৰ DIG জিতমল দলেক IGP পদোন্নতি
  • নতুন দিল্লীত ডেপুটেশ্যনত থকা মইনুল ইছলাম মণ্ডলক IGP পদোন্নতি
  • ৰে’লৱেৰ DIG আবু ছুফিয়ানক IGP পদোন্নতি
  • অসম আৰক্ষীৰ গৃহ নিৰ্মাণ নিগমৰ MD অৰবিন্দ কলিতাক IGP পদোন্নতি
  • নিৰাপত্তা শাখাৰ DIG ইমদাদুল হুছেইন বৰাক IGP পদোন্নতি
  • তদাৰকী শাখাৰ DIG দেৱজ্যোতি মুখাৰ্জীক IGP পদোন্নতি
  • নতুন দিল্লীত ডেপুটেশ্যনত থকা অমনজিৎ কৌৰক DIG পদোন্নতি
  • ভিজিলেন্সৰ SP নিম্বালকাৰ চন্দ্ৰকান্তক DIG পদোন্নতি
  • কাহিলিপাৰাৰ 4 APBnৰ অধিনায়ক শিলাদিত্য চেতিয়াক DIG পদোন্নতি
  • বিশেষ শাখাৰ SP ৰত্না সিঙক DIG পদোন্নতি
  • ৬জন IPS বিষয়াক ছিনিয়ৰ গ্ৰেডলৈ উন্নীতকৰণ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...

বিয়াৰ বাবে ১ লাখ টকাৰ সাহায্য আৰু মেধাৱী কন্যাৰ বাবে স্কুটী

'বেটী বচাও বেটী পঢ়াও' আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে...