বিশিষ্ট কবি, সাহিত্যিক তথা সাংবাদিক নগেন কোঞৰৰ স্বাস্থ্যৰ অৱনতি, গুৱাহাটীলৈ প্ৰেৰণ

বিশিষ্ট কবি, সাহিত্যিক তথা সাংবাদিক নগেন কোঞৰৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। দীৰ্ঘদিন ধৰি হৃদৰোগ আৰু বৃক্কৰোগত আক্ৰান্ত এই সাহিত্যিকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

২০১২ চনৰ পৰা তেওঁ নতুন দিল্লীৰ গংগাৰাম হাস্পতাল, গুৱাহাটীৰ ডাউন টাউন হাস্পতাল আৰু iUKDত সাতটা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। নগেন কোঞৰ অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰত এক সুপৰিচিত নাম। তেওঁৰ কাব্যৰচনা আৰু সাহিত্যকৰ্মই অসমীয়া সাহিত্য জগতত এক বিশেষ স্থান দখল কৰিছে। তেওঁৰ স্বাস্থ্যৰ অৱনতিৰ খবৰটি সাহিত্যপ্ৰেমী আৰু সাংবাদিক সমাজৰ মাজত উদ্বেগৰ কাৰণ হৈ পৰিছে। তেওঁৰ সুস্থতাৰ বাবে বিভিন্ন মহলৰ পৰা প্ৰাৰ্থনা আৰু শুভকামনা প্ৰকাশ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...