মধ্যবিত্তক মাধমাৰ! আজিৰ পৰা বৃদ্ধি পাব এইসমূহ সামগ্ৰীৰ দাম

প্ৰতিজন ভাৰতীয় মধ্যবিত্তৰ সংসাৰ এতিয়া অস্বাভাৱিক মূল্যবৃদ্ধিৰ বাবে হৈ পৰিছে নচলা। পুৱা উঠিয়েই শুনা যায় বাঢ়িল এইটো বস্তুৰ দাম, কাইলৈ বাঢ়িব সেইটো বস্তুৰ দাম। পেট্ৰ’লৰ দাম বৃদ্ধিৰ লগে লগে আজিৰ পৰা বৃদ্ধি পাব আন বহু সামগ্ৰীৰ দাম। দাম বৃদ্ধি পাব ঔষধ, গৃহ নিৰ্মাণ সামগ্ৰীৰ, ৰাসায়নিক সাৰৰ, পশু খাদ্য, শিশু খাদ্যৰ, ফ্ৰীজ, টিভি, মোবাইল ইত্যাদিকে ধৰি নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ। আজিৰে পৰা ৰাজ্যত প্ৰতি ইউনিট বিদ্যুতত বৃদ্ধি পাব ৫৯ পইচা। দাম বৃদ্ধি পাব দুচকীয়া, চাৰিচকীয়া বাহনৰো। প্ৰতিজন ব্যক্তিৰ জীৱনযাত্ৰাত এই দাম বৃদ্ধিয়ে যথেষ্ট প্ৰভাৱ পেলাব। চাৰিওফালে হাহাকাৰ। সমান্তৰালকৈ বৃদ্ধি পালে ৰাজ্যৰ টোলগেটৰ মাচুলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...