দৰিদ্ৰতা, অনগ্ৰসৰতাৰ বাবে আধাতে বিদ্যালয় শিক্ষা এৰিছে একাংশ শিক্ষাৰ্থীয়ে

দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত প্ৰকৃততে শিক্ষাৰ ক্ষেত্ৰখনত কিমান আগবঢ়া অসম? শেহতীয়াকৈ ইউডাইছ প্লাছৰ এক সমীক্ষাত উন্মোচিত হৈছে দেশৰ শিক্ষাখণ্ডৰ কেতবোৰ বিশেষ দিশ। এই সমীক্ষাত অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ এক ভয়াবহ ছবি পোহৰলৈ অহাত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আচলতে কি হৈছে অসমৰ শিক্ষা ব্যৱস্থাত। চাওক এই প্ৰতিবেদনত…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...